২০১৯-২০২০ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—শাখা কাৰ্য্যালয়ৰ প্ৰতিনিধিৰ লগত
শাখা সন্মিলনৰ বাবে প্ৰস্তুত কৰা কাৰ্য্যক্ৰমখন চাওক। ইয়াত শাখা কাৰ্য্যালয়ৰ প্ৰতিনিধিয়ে আগবঢ়াবলগীয়া ভাষণবোৰৰ বিষয় উল্লেখ আছে। এই সন্মিলনৰ বিষয় হৈছে, ‘সকলো মনেৰে তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা।’
সকলো মনেৰে তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা
যিহোৱাৰ প্ৰতি প্ৰেম দৃঢ় কৰিবলৈ আৰু নিঃস্বাৰ্থ প্ৰেম দেখুৱাবলৈ এই কাৰ্য্যক্ৰমে আমাক সহায় কৰিব।
এই প্ৰশ্নবোৰৰ উত্তৰ জানক
এই প্ৰশ্নবোৰৰ উত্তৰ কাৰ্য্যক্ৰম হৈ থকাৰ সময়ত দিয়া হ’ব।