গীত নং ১১৮
“আমাৰ বিশ্বাস বঢ়োৱা”
(লূক ১৭:৫)
-
১. স-দায় আ-মি যে ভুল ক-ৰোঁ জী-ৱ-নত,
ক-পট মন ঠ-গে যে স-দায় আ-মাক,
আ-মি জা-নোঁ তু-মি যে স-ত্য ঈ-শ্বৰ
কি-ন্তু দু-ৰ্বল বি-শ্বাস হয় যে আ-মাৰ।
(কোৰচ)
দি-য়া বি-শ্বাস আ-মাক তু-মি যি-হো-ৱা,
মি-ন-তি শু-না তু-মি যে আ-মাৰ,
দি-য়া বি-শ্বাস অ-ভাৱ পূৰ ক-ৰা যে মোৰ,
স-দায় স-ন্মান আ-মি যেন দিওঁ তো-মাক।
-
২. য-দি বি-শ্বাস তো-মাক কৰোঁ যিহোৱা,
আ-ৰ্শী-বাদ দি-বা তু-মি যে আ-মাক,
বি-শ্বা-সৰ ঢা-ল সু-ৰ-ক্ষা দি-য়ে আ-মাক,
কা-লি কি হ-ব চি-ন্তা ন-ক-ৰোঁ।
(কোৰচ)
দি-য়া বি-শ্বাস আ-মাক তু-মি যি-হো-ৱা,
মি-ন-তি শু-না তু-মি যে আ-মাৰ,
দি-য়া বি-শ্বাস অ-ভাৱ পূৰ ক-ৰা যে মোৰ,
স-দায় স-ন্মান আ-মি যেন দিওঁ তো-মাক।
(আদি. ৮:২১; ইব্ৰী. ১১:৬; ১২:১ পদবোৰো চাওক।)